এইখনেই হৈছে পৃথিৱী কঁপাই তোলা সেই ছবি, যিটো তোলাৰ পিছত ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে আত্মহত্যা কৰিছিল। ছবিখনত এটা শগুনে বহি আছে কংকাল সদৃশ শিশুটিৰ মৃত্যুৰ অপেক্ষাত, যেন শিশুটি মৰিলে খোৱাৰ বাবে জপিয়াই পৰিব! ছবিটি দক্ষিণ আফ্ৰিকাৰ ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে তোলা। মৃত্যুমুখত পৰা শিশুটি ১৯৯৩ চনৰ মাৰ্চ মাহত এমুঠি খাদ্যৰ সন্ধানত দুৰ্ভিক্ষপীড়িত চুডানৰ অয়োদৰ পৰা প্ৰায় আধা মাইল দূৰৰ ৰাষ্ট্ৰসংঘৰ খাদ্য বিতৰণ কেন্দ্ৰলৈ গৈ আছিল। এটা সময়ত গৈ শিশুটি ঢলি পৰিল আৰু মূৰটো মাটিত থৈ নিথৰ হৈ পৰিল। তেতিয়া এটি ভোকাতুৰ শগুনে লোভী চকু এটা দি শিশুটিৰ মৃত্যুৰ পিছত তাৰ মাংস খাবলৈ ৰৈ থাকে। এই ফটোখন প্ৰথম প্ৰকাশ হৈছিল ১৯৯৩ চনৰ ২৬ মাৰ্চত "দ্য নিউয়ৰ্ক টাইমছ"ত। সেই সময়ত এই ছবিখনে বিশ্বজুৰি এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছিল। এই ছবিখনে ১৯৯৪ চনত ফিচাৰ ফটোগ্ৰাফীৰ বাবে পুলিৎজাৰ বঁটাও লাভ কৰিছিল। ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে পুলিৎজাৰ বঁটা লাভ কৰাৰ ৪ মাহ পিছত ৩৩ বছৰ বয়সত আত্মহত্যা কৰে। পিছত গম পোৱা গ’ল যে ছবিখন তোলাৰ পিছৰে পৰা তেওঁ মানসিকভাৱে ভাগি পৰিছিল। ছবিখনৰ বিষয়ে কেভিন কাৰ্টাৰে তেওঁৰ ডায়েৰীত লিখিছে- "হে সৃ...
Popular posts from this blog
যোৱাহৰ নৱোডয়া বিদ্য্যালয় আৰু ইয়াৰ সমাজত প্ৰভাৱ যোৱাহৰলাল নেোৱডায়া বিদ্য্যালয় (Jawahar Navodaya Vidyalaya, JNV) হৈছে ভাৰতৰ প্ৰতিষ্ঠিত শিক্ষা প্রতিষ্ঠান, যাৰ উদ্দেশ্য হৈছে গুণগত শিক্ষা প্ৰদান কৰা আৰু দেশৰ বিভিন্ন অঞ্চলৰ পিছপৰা আৰু অবহেলিত সমাজৰ ছাত্র-ছাত্রীসকলৰ সামৰ্থ্য বৃদ্ধি কৰা। ১৯৮৫ চনত স্থাপন কৰা এই বিদ্য্যালয়সমূহে সমাজৰ বিকাশ আৰু শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। নৱোডয়া বিদ্য্যালয়ৰ উদ্দেশ্য আৰু কাৰ্য মেধা ভিত্তিত প্ৰৱেশ : নেোৱডায়া বিদ্য্যালয়সমূহে মেধা আৰু সম্ভাৱনাৰ ভিত্তিত ছাত্ৰ-ছাত্রীসকলৰ প্ৰৱেশ গ্ৰহণ কৰে। ইয়াৰ উদ্দেশ্য হৈছে পিছপৰা অঞ্চলৰ প্ৰতিভাবান ছাত্র-ছাত্রীসকলক উন্নত শিক্ষাৰ সুযোগ প্ৰদান কৰা। আঞ্চলিক আৰু জাতীয় পৰিসৰে শিক্ষা : বিদ্যালয়সমূহে আধুনিক পাঠ্যক্রমৰ সৈতে বিজ্ঞান, গণিত, ভাষা আৰু অন্যান্য বিষয়ত শিক্ষা প্ৰদান কৰে। সমাজত প্ৰভাৱ ১. শিক্ষাৰ গুণগত উন্নতি : নৱোডয়া বিদ্য্যালয়সমূহে উচ্চমানৰ শিক্ষা প্ৰদান কৰি পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্রীসকলৰ শিক্ষাৰ গুণমান বৃদ্ধিত সহায় কৰিছে। বিদ্যালয়সমূহৰ আধুনিক সুবিধা আৰু উচ্চমানৰ শিক্ষাৰ ব...
Comments
Post a Comment